ঐতিহাসিক অসম একাডেমিৰ পৰা প্ৰকাশিত জাংফাই আলোচনীৰ এতিয়ালৈকে কোনো মূল্য ধাৰ্য কৰা হোৱা নাই । বৰ্তমান সকলো আগ্ৰহী পঢ়ুৱৈয়ে জাংফাইক কোনো মূল্য পৰিশোধ নকৰাকৈ পঢ়িব পাৰিব । এইসময়ছোৱাত কোনো সদাশয় ব্যক্তি,অনুষ্ঠান-প্ৰতষ্ঠানে নিজৰ ইচ্ছা অনুযায়ী জাংফাইৰ বাবে কিবা বৰঙণি আগবঢ়াব বিচাৰিলে এই QR ক’ড বা একাউন্ট নম্বৰত দিব পাৰিব । সকলোৰে পৰা আন্তৰিক সহযোগিতা কামনা কৰা হ’ল ।

সম্পাদনা সমিতি
জাংফাই

Account details for deposit –

Account no : 380602010005511
IFS Code : UBIN0538060
Name: Assam Academy for Cultural Relations