মোৰ সাহিত্য জীৱনৰ পৰিক্ৰমা

মোৰ সাহিত্য জীৱনৰ পৰিক্ৰমা

১৯৭৩ চনৰ কথা ৷ মই ঘৰৰ ওচৰৰ জোঙাঁল বলহু গড়, এম.ই. স্কুলৰ পৰা এম.ই. বৃত্তি লাভ কৰি ৫ কিঃমিঃ দূৰৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছোঁ ৷ সেই সময়ত নতুন শিক্ষানীতি আৰম্ভ হোৱা বাবে আমাক ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণী নপঢ়াকৈ অষ্টম শ্ৰেণীত পঢ়িবলৈ দিয়া হ’ল ৷ নতুন...