by invisionwebtech@gmail.com | Sep 13, 2026 | বাটচ'ৰা
অসম মানেই ইয়াৰ ভৌগোলিক পৰিসীমাৰ ভিতৰৰ আৰু কিছু পৰিমাণে বাহিৰৰ জনগোষ্ঠীসমূহৰ সংস্কৃতিয়ে সৃষ্টি কৰা এটা সত্বাক বুজায়৷ এই জনগোষ্ঠীসমূহ ইমান বেছি মিশ্ৰিত হৈ আছে যে ইয়াক বৰ বেছিকৈ পৃথকে চাব নোৱাৰি৷ যদিও বড়োবিলাকেই আটাইতকৈ আখজাকৈ ‘divide Assam 50:50’...
by invisionwebtech@gmail.com | Sep 13, 2026 | কাৰ্যবাহী সম্পাদকৰ একাষাৰ
‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক...
by invisionwebtech@gmail.com | Sep 13, 2026 | জনজাতি চৰ্চা
ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা...
by invisionwebtech@gmail.com | Sep 13, 2026 | জনজাতি চৰ্চা
বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই...
by invisionwebtech@gmail.com | Sep 13, 2026 | কবিতা
বৈ থকা নদীখন ৰৈ যোৱাৰ আতংকইনিশাৰ মেদিনী কঁপায়নিজৰাপাৰত যিজোপা কৃষ্ণচূড়ালৈখিৰিকীৰে মই ডিঙি মেলি চাওঁআৰু কিছুদিন পিছতেই অদৃশ্য হৈ পৰিবসেই তেজৰঙী আকাশ শীতৰ শুভ্ৰতাই শিৰৰ সেন্দুৰ মচিমেৰিয়াই দিবহি যেনশোক আৰু শান্তনাৰ এখনি চাদৰ এনেকৈয়ে এদিন কাণত বাজিবহিবেজেৰুৱা ব’হাগৰ...