by invisionwebtech@gmail.com | Jan 7, 2026 | বিজ্ঞান
আমাৰ স্কুলীয়া দিনৰ সাধাৰণ জ্ঞানৰ কিতাপত পোৱা মনত আছে কেনেকৈ জে.জে. থমছনে ১৮৯৭ চনত ভেকুৱাম টিউবত কেথ’ড ৰশ্মিৰ ওপৰত কৰা অধ্যয়নৰ জৰিয়তে ইলেকট্ৰনৰ আৱিষ্কাৰ কৰিবলৈ সম্ভৱ হৈছিল ৷ ইয়াৰ আগলৈকে ভবা হৈছিল যে এই বিশ্বৰ সকলো বস্তুৰে নিম্নতম অংশ হৈছে পৰমাণু (Atom) ৷ তেওঁ...