by invisionwebtech@gmail.com | Feb 26, 2026 | সমাজ বীক্ষণ
অৱতৰণিকা অম্বিকাগিৰী ৰায়চৌধুৰী অসমীয়া সাহিত্যৰ কেৱল এটি বিশিষ্ট প্ৰতিভাই নহয়, তেওঁ অসমৰ জাতীয় জীৱনৰ এটি অবিস্মৰণীয় ব্যক্তিত্ব, যাৰ স্মৰণে প্ৰাক স্বাধীনতা কালৰ অসমীয়া জাতিটোৱে মুখামুখি হোৱা সংকটৰ পটভূমিলৈ মনত পেলাই দিয়ে৷ জাতিটোৰ বাবে তেওঁ কি কৰা...