কাৰ্যবাহী সম্পাদকৰ একাষাৰ

উৎপল কুমাৰ দাস

এটা কথা সত্য যে সৃষ্টি যি বিষয়ৰে নহওঁক কিয়, সি কিমান বেছি দিনলৈ সৰ্বসাধাৰণৰ মাজত প্ৰাসংগিক হৈ থাকিব, সেইটো নিৰ্ভৰ কৰে সেই সৃষ্টিৰ গভীৰতাৰ ওপৰত। সাহিত্যও তাৰ ব্যতিক্ৰম নহয়। এই পৃথিৱীত এতিয়ালৈকে কিমান সাহিত্যিকৰ লেখা সৃষ্টি হ’ল, তাৰ লেখ-জোখ নাই। তাৰে কিছুমান আজিও প্ৰাসংগিক হৈ আছে। অন্য কিছুমান হয়তো পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে। তেনেকুৱা এজন মহান ব্যক্তি হৈছে উইলিয়াম শেক্সপীয়াৰ, যি আজিও প্ৰাসংগিক। সেইজনা মহান ব্যক্তিৰ জন্ম হৈছিল ২৩ এপ্ৰিল, ১৫৬৪ চনত। এইজনা ব্যক্তিৰ জন্ম সময়ৰ লগত ৰজিতা খোৱাই জাংফাই‘ৰ এই সংখ্যাটো সজাই পঢ়ুৱৈলৈ আগবঢ়োৱা হ’ল।

উৎপল কুমাৰ দাস

ফোন৯৪৩৫০১২১৯১

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…