by Jaangfaai | Jun 30, 2026 | কাৰ্যবাহী সম্পাদকৰ একাষাৰ
মানুহৰ জীৱনত বিভিন্ন বস্তু/উপাদানৰ আৱশ্যক হয় বিভিন্ন সময়ত। জীৱন পৰিক্ৰমাত আৱশ্যকীয় বস্তু/উপাদানৰ তালিকাখন সদায় বাঢ়ি গৈ থাকে আৰু কব নোৱাৰাকৈয়ে ই এসময়ত এনে এটা অভাৱনীয পৰ্যায় পাইগৈ যে তাক নিয়ন্ত্ৰণ কৰাটো একপ্ৰকাৰৰ কঠিন হৈ পৰেগৈ। মানুহে লোভৰ বশবৰ্তী হৈ জীৱনৰ...
by invisionwebtech@gmail.com | Apr 29, 2026 | কাৰ্যবাহী সম্পাদকৰ একাষাৰ
এটা কথা সত্য যে সৃষ্টি যি বিষয়ৰে নহওঁক কিয়, সি কিমান বেছি দিনলৈ সৰ্বসাধাৰণৰ মাজত প্ৰাসংগিক হৈ থাকিব, সেইটো নিৰ্ভৰ কৰে সেই সৃষ্টিৰ গভীৰতাৰ ওপৰত। সাহিত্যও তাৰ ব্যতিক্ৰম নহয়। এই পৃথিৱীত এতিয়ালৈকে কিমান সাহিত্যিকৰ লেখা সৃষ্টি হ’ল, তাৰ লেখ-জোখ নাই। তাৰে কিছুমান আজিও...
by invisionwebtech@gmail.com | Feb 26, 2026 | কাৰ্যবাহী সম্পাদকৰ একাষাৰ
জাংফাইৰ এইটো তৃতীয় সংখ্যা,ইংৰাজীৰ মাৰ্চ মাহ ৷ অসমীয়া ফাগুন মাহ,তাৰমানে সমাগত বসন্ত ৷ আমি দেখোন এই সংখ্যাক ‘বসন্ত সংখ্যা’ বুলিও অভিহিত কৰিব পাৰোঁ ৷ তেনেহ’লে অহা সংখ্যাতো হ’ব ‘গ্ৰীষ্ম সংখ্যা’ ৷ নগৰ-মহানগৰৰ কংক্ৰীটৰ অৰণ্যত মানুহৰ ঋতুৰ কথা মনত...
by invisionwebtech@gmail.com | Jan 7, 2026 | কাৰ্যবাহী সম্পাদকৰ একাষাৰ
ঐতিহাসিক অসম একাডেমিৰ পৰা প্ৰকাশ কৰা ‘জাংফাই’আলোচনীৰ এইটো দ্বিতীয় সংখ্যা ৷ এই সংখ্যাৰ পৰা পূৰ্বৰ PDF ফৰমেট পৰিহাৰ কৰি সম্পূৰ্ণ website হিচাপে ‘জাংফাই’ক সজোৱা হৈছে ৷ এই সংখ্যাৰ পৰা জাংফাইক এটা স্বতন্ত্ৰ website হিচাপে প্ৰতি দুমাহৰ মূৰে মূৰে নিয়মীয়াকৈ আলোচনী হিচাপে...