by invisionwebtech@gmail.com | Feb 26, 2026 | কাৰ্যবাহী সম্পাদকৰ একাষাৰ
জাংফাইৰ এইটো তৃতীয় সংখ্যা,ইংৰাজীৰ মাৰ্চ মাহ ৷ অসমীয়া ফাগুন মাহ,তাৰমানে সমাগত বসন্ত ৷ আমি দেখোন এই সংখ্যাক ‘বসন্ত সংখ্যা’ বুলিও অভিহিত কৰিব পাৰোঁ ৷ তেনেহ’লে অহা সংখ্যাতো হ’ব ‘গ্ৰীষ্ম সংখ্যা’ ৷ নগৰ-মহানগৰৰ কংক্ৰীটৰ অৰণ্যত মানুহৰ ঋতুৰ কথা মনত...
by invisionwebtech@gmail.com | Feb 26, 2026 | চলচিত্ৰ চিন্তা
স্পেইনৰ বাৰ্চিলোনা চহৰত যোৱা ১২ৰ পৰা ১৮ নৱেম্বৰ, ২০১৮ তাৰিখলৈ অনুষ্ঠিত হোৱা L ‘Alternativa 25 Festival de Cinema Independent de Barcelona আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বিচাৰক হিচাপে আমন্ত্ৰিত হোৱাটো মোৰ বাবে আছিল আনন্দদায়ক ৷...
by invisionwebtech@gmail.com | Feb 26, 2026 | ঐতিহ্য
আমাৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয়খন পুথি প্ৰদৰ্শনী বা আজিৰ ভাষাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল ১৯৫৮ চনত, গুৱাহাটীৰ যশোবন্ত ৰ’ডত৷ ভাৰতবৰ্ষৰ দ্বিতীয়খন পুথি প্ৰদৰ্শনী বুলি এই কাৰণেই কোৱা হৈছে যে ১৯০৫ চনত কেৱল মাত্ৰ কলিকতা (কলকাতা)...
by invisionwebtech@gmail.com | Feb 26, 2026 | বাটচ'ৰা
আমাৰ প্ৰায় সকলোৰে প্ৰায়ে এটা অত্যন্ত বিৰক্তিকৰ অভিজ্ঞতা হয়, যেতিয়া আমি কোনো সভালৈ যাওঁ,য’ত আদৰণি ভাষণ দিওঁতাৰ পৰা আৰম্ভ কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতা, নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি, সভাপতি, সমজুৱাৰ দুআষাৰতো দুজনমানে মঞ্চত উপবিষ্ট সকলোকে পুনৰ...
by invisionwebtech@gmail.com | Feb 26, 2026 | শিল্পীৰ পৃথিৱী
শিল্পীয়ে যেতিয়া ৰং, ৰেখা, ছাঁ-পোহৰৰ সহায়ত নিজৰ মনৰ ভাব কোনো মাধ্যমৰ দ্বাৰা চিত্ৰপটত প্ৰকাশ কৰে তাকে চিত্ৰ বা ছবি বুলি কোৱা হয়৷ ইংৰাজীৰ আৰ্ট (Art)শব্দটো আহিছে লেটিন ভাষাৰ আৰ্হি (Ars) বা আৰ্টেম (Artem) শব্দৰ পৰা৷ ইয়াৰ অৰ্থ হল সৃষ্টি (Create) কৰা৷ মানুহে নান্দনিকতা...