by invisionwebtech@gmail.com | Apr 28, 2026 | গ্ৰন্থ আলোচনা
কিছুমান কাহিনীয়েই এনেকুৱা যে অকল নিজে তাৰ ৰসাস্বাদন কৰি সন্তুষ্ট থাকিব নোৱাৰি, তাৰ সোৱাদ আনৰ সৈতে ভগাই লোৱাৰ সুতীব্ৰ হেঁপাহ জাগে। চীন দেশৰ তিনি কন্যাৰ কাহিনীও তেনেকুৱাই। সেই কাহিনী কেৱল তিনিটা জীৱনৰ সীমাত আৱদ্ধ নহয়; ই তিনিটা প্রজন্মৰ ইতিহাস, এটা শতিকা জুৰি চলা...
by invisionwebtech@gmail.com | Apr 28, 2026 | গ্ৰন্থ আলোচনা
গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও সমাজত চৰ্চিত-বন্দিত...
by invisionwebtech@gmail.com | Apr 28, 2026 | গল্প
অৱশেষত ৰাস্তাটো ভাল হ’ল৷ ছমাহমানৰ আগলৈকে যিহে অৱস্থা আছিল– বখলা-বখলে পিট্ছ এৰাই গৈ দ গাঁতৰ সৃষ্টি হৈছিল৷ বাৰিষা এজাক বৰষুণতে জাবৰে ওফন্দি থকা নলাই বহন কৰিব নোৱাৰা পানীবোৰ আহি অৱশ্যম্ভাৱীভাৱে গাঁতবোৰ দখল কৰিছিল৷ দোপালপিটা বৰষুণ হ’লেতো কথাই নাই, গোটেই ৰাস্তাটো পানীত ডুব...
by invisionwebtech@gmail.com | Apr 28, 2026 | সমাজ বীক্ষা
প্ৰাক্-ঔপনিৱেশিক যুগ আহোম শাসন ব্যৱস্থাৰ মূল কাঠামোটোৱেই আছিল পাইক ব্যৱস্থা। প্ৰথমাৱস্থাত প্ৰতি চাৰিগৰাকী (পিছলৈ তিনিগৰাকী) বয়স্ক মুনিহ ব্যক্তিক লৈ একগোট পাইক হৈছিল। প্ৰতিজন পাইকে খেতি কৰিবলৈ দুপুৰাকৈ মাটি পাইছিল আৰু তাৰ বিনিময়ত তেওঁলোকে ৰজা বা ডা-ডাঙৰীয়াৰ ঘৰত...