by Jaangfaai | Jun 30, 2026 | কবিতা
নীলিম কুমাৰ ফোন নং: ৯৯৫৪৬২৩০৪৩ দুখৰ দৰেনিমখ বগাধক্ধকীয়ানিমখ আন একো নহযদুখএই যে পৃথিবীৰ তিনিভাগ পানীজগতৰেই চকুপানীয’ৰ পৰা হয় নিমখৰ জন্মনিমখ খাওঁ বাবেইআমাৰ তেজ লুণীয়াঅশ্ৰু লুণীয়াঘাম লুণীয়াআনকি হৃদয়ো হৃদয়তো দুখৰেই ভঁৰাললোণৰেই ভঁৰালসেয়েহে হৃদৰোগীয়েনিমখ খোৱা প্ৰায় মানানিমখ...
by Jaangfaai | Jun 30, 2026 | কবিতা
আমাৰ অকণমানিটোৱে তাৰ ছবিৰ বহীত টিলা এটা আঁকেঅঁকাৰ শেষত টিলাটোৰ নাম দিয়ে–প্ৰশ্নআমাৰ অকণমানিটোৱে তাৰ ছবিৰ বহীত পাহাৰ এটা আঁকেঅঁকাৰ শেষত পাহাৰটোৰ নাম দিয়ে–প্ৰশ্নআমাৰ অকণমানিটোৱে তাৰ ছবিৰ বহীত পৰ্বত এটা আঁকেঅঁকাৰ শেষত পৰ্বতটোৰ নাম দিয়ে–প্ৰশ্নকণমানিটোৱে তাৰ ছবিৰ বহীত সাগৰ...
by Jaangfaai | Jun 30, 2026 | কবিতা
বুকুৰ ঘা বোৰ পুৰণি হয়চহৰখন পুৰণি হয়দালানবোৰ পুৰণি হয়পোছাকবোৰ পুৰণি হয়পুৰণি হয় পাহাৰ খনৰ স্মৃতিপুৰণি হয় অৰণ্যখনৰ সৰাপাতে ঢকা বাটপুৰণি হয় নৈখনৰ ৰূপবৰ্ণ ঘাটপুৰণি হলেই গভীৰ হৈ আহে দুখৰ আহযাহপুৰণি দুখ ইমান গহীন!পুৰণি হলেই কমি আহে দলানবোৰৰ আকৰ্ষণতাত বসবাস কৰাৰ...
by invisionwebtech@gmail.com | Apr 28, 2026 | কবিতা
মই শিশুবোৰৰ খেলৰ কোৰ্হাল শুনিছোঁ। চাইকেল আৰোহীজনে পেডেল মৰাৰ শব্দ মই শুনিছোঁ। সিহঁত উভতি আহিব নে নাহে মই নাজানো। বতাহত ইমান আতংক ! বতাহত ইমান গেলা গোন্ধ! সময়ৰ এই অনিশ্চয়তা! নে অনিশ্চয়তা জীৱনৰ হে! মই নাজানো, কিন্তু মই বন্ধ ঘৰৰ ভিতৰৰ পৰা ওলাব লাগিব। মই ভয়ত নিচিঞৰোঁ...
by invisionwebtech@gmail.com | Apr 28, 2026 | কবিতা
অতিশব্দৰ স্বৰৰপৰা শুনা নাপায় পৃথিৱীৰ মাত পৃথিৱী যেন ডুবি থাকিব নীৰৱতাত যাৰ এটাও আঙুলি জুয়ে পোৰা নাই আজিলৈকে তেওঁ বুজিব কেনেকৈ গোটেই গাত জুই লগাই প্ৰতিবাদ কৰাৰ যাতনা কিমান ৰাঙলী ঘোঁৰা মেলি থৈ শুকুলা ঘোঁৰাত উঠি ৰাজ-চক্ৰৱৰ্তী গ’লগৈ নুশুনা মানেই নহয় স্তব্ধতা নীৰৱতা...
by invisionwebtech@gmail.com | Apr 28, 2026 | কবিতা
দুখৰ দৰে নিমখ বগা ধক্ধকীয়া নিমখ আন একো নহয দুখ এই যে পৃথিবীৰ তিনিভাগ পানী জগতৰেই চকুপানী য’ৰ পৰা হয় নিমখৰ জন্ম নিমখ খাওঁ বাবেই আমাৰ তেজ লুণীয়া অশ্ৰু লুণীয়া ঘাম লুণীয়া আনকি হৃদয়ো হৃদয়তো দুখৰেই ভঁৰাল লোণৰেই ভঁৰাল সেয়েহে হৃদৰোগীয়ে নিমখ খোৱা প্ৰায় মানা নিমখ...