আজান

আজান

কাহিলিপুৱা চাৰে চাৰিটা বজাত শেষবাৰৰ বাবে টহল দি গ’ল ৰাইডিং স্কোৱাডে৷ বুলেট মটৰচাইকেলৰ ভটৰ্‌ ভটৰ্‌ শব্দ৷ ইয়াৰ শব্দত হেৰাই গ’ল কাহিলিপুৱাৰ পখীৰ কিচিৰ-মিচিৰ কলৰৱ৷ কেইটামান কুকুৰৰ উজাগৰী ৰাতিৰ হেংঅভাৰ, ঘন কুঁৱলী, কাউৰীৰ ব্যস্ততা; এইবোৰ লৈয়েই ঘাইপথ আৰু অলিগলি নিজান৷ হাড়...
তোমাৰ দুয়োখন হাত মই চুব খোজোঁ

তোমাৰ দুয়োখন হাত মই চুব খোজোঁ

কেনেবাকৈ এদিন আন্ধাৰত তোমাৰ হাতদুখন চুই চাব খোজোঁ, আনুভূমিক পথ এটাৰ দৰেই পৰি থকা হাতদুখনৰ ওপৰেৰে মোৰ আঙুলিবোৰক মই খোজকঢ়াই চাব খোজোঁতুমি আঙুলিবোৰ ওপৰলৈ তুলি দিলে কিলাকুটিলৈকে বৈ আহে নেকি দুখজনক কাৰোবাৰ অনুপস্থিতি ?প্ৰতিবাৰেই প্ৰাৰ্থনাৰ বাবে ওপৰলৈ উঠাওতে খালী হোৱা...
এইবাৰ শীতত

এইবাৰ শীতত

কুঁৱলীৰ ৰোমাণ্টিচিজম কমি গৈছে কাৰণ শীতত আন্ধাৰৰ মাজেৰে ওলাই আহিছে শিলবোৰ মৰা গছৰ ডালবোৰ যোৱা শীতত পেণ্টৰ পকেটত হাত ভৰাই থৈছিলোঁ আজি সত্তা চিৰাচৰ কৰি ওলাই আহিছে শীতৰ ফুলবোৰ ফলবোৰ এই শীতে ঢালিছে মৰি যোৱা অতীতবোৰ ঢৌৱাই দিছে নষ্টালজিয়াবোৰ দুপৰীয়াৰ ফুলৰ বাগিচাৰ এটা...
চৰাইৰ ৰাতি

চৰাইৰ ৰাতি

চৰাইৰ ৰাতিগানৰ অন্তৰা সজাবলৈঢৌ ভাঙি সাঁতুৰিছোগধূলিৰ কলহ কোনে ফুটালেমই চাবলৈ ৰৈ থকা নাছিলো পিতল বৰণীয়াচৰাইৰ ৰাতিঅন্তৰা খোদাই কৰা ইমান সহজ নহয়বুকুতে বসন্ত মাৰ যায়শীতে ঘোদালি যোৱাগানৰ কলিত সুৰকাৰ নিৰুপায় পাখি ছিগা পখিলাবাটত পৰি থকা দেখোঁবেজাৰ নালাগে দেখোন আজিকালিশিলে...
মেঘৰ ডেউকা

মেঘৰ ডেউকা

আকাশ ভালপোৱা মানুহে ভাল পায় মেঘৰ ডেউকাচৰাই হোৱাৰ কাৰনো নাথাকে বাসনাআমাৰ ডেউকা নাই মুদ্ৰাৰে উৰোঁ প্ৰেম ব্যথিত হ’লে মেঘদূতক মাতোঁ মোৰ চিঠিখন লৈ যাবানে মেঘ গধুৰ হ’লে অশ্ৰু হৈ সৰে আকাশৰ অশ্ৰুতেই মাটিৰ কবিতা ওপজে ডেউকা মেলা কবিতাই সদায় আকাশলৈ চাবলৈ কয়শুকুলা ডেউকাৰে...