SHAKESPEARE’S SOLILOQUY AND THE NATURE OF INTERPERSONAL RELATIONSHIP AS PERCEIVED IN OTHELLO

Of the numerous functions that the soliloquies of Shakespeare perform in the tragedies, the exposition of human relationship is one of the most significant. In addition to revealing the nature of the characters involved and exposing their bent of mind, the soliloquies...
প্ৰশ্নবোধক চিনৰ কাৰাবাস

প্ৰশ্নবোধক চিনৰ কাৰাবাস

হে অপৰিচিত, আমি শুনাৰ পিছত গীতবোৰ ক’লৈ যায় ? আমি যাপন কৰাৰ পিছত প্ৰেমৰ শব্দবোৰ ক’লৈ যায় ? মমবাটিডাল গলি যোৱাৰ পিছত তাৰ শিখাটো ক’লৈ যায় ? তোমাৰ হাতেৰে তুলি লোৱাৰ পিছত স্পৰ্শবোৰ ক’লৈ যায়? নিৰ্বাপিত হোৱাৰ পিছত বিজুলীবোৰ ক’লৈ যায়? অৰণ্যত...
এই সময়

এই সময়

মই শিশুবোৰৰ খেলৰ কোৰ্হাল শুনিছোঁ। চাইকেল আৰোহীজনে পেডেল মৰাৰ শব্দ মই শুনিছোঁ। সিহঁত উভতি আহিব নে নাহে মই নাজানো। বতাহত ইমান আতংক ! বতাহত ইমান গেলা গোন্ধ! সময়ৰ এই অনিশ্চয়তা! নে অনিশ্চয়তা জীৱনৰ হে! মই নাজানো, কিন্তু মই বন্ধ ঘৰৰ ভিতৰৰ পৰা ওলাব লাগিব। মই ভয়ত নিচিঞৰোঁ...
শব্দ সংগীত

শব্দ সংগীত

অতিশব্দৰ স্বৰৰপৰা শুনা নাপায় পৃথিৱীৰ মাত পৃথিৱী যেন ডুবি থাকিব নীৰৱতাত যাৰ এটাও আঙুলি জুয়ে পোৰা নাই আজিলৈকে তেওঁ বুজিব কেনেকৈ গোটেই গাত জুই লগাই প্ৰতিবাদ কৰাৰ যাতনা কিমান ৰাঙলী ঘোঁৰা মেলি থৈ শুকুলা ঘোঁৰাত উঠি ৰাজ-চক্ৰৱৰ্তী গ’লগৈ নুশুনা মানেই নহয় স্তব্ধতা নীৰৱতা...