by invisionwebtech@gmail.com | Jan 7, 2026 | জীৱন বীক্ষা
১৯৭৩ চনৰ কথা ৷ মই ঘৰৰ ওচৰৰ জোঙাঁল বলহু গড়, এম.ই. স্কুলৰ পৰা এম.ই. বৃত্তি লাভ কৰি ৫ কিঃমিঃ দূৰৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছোঁ ৷ সেই সময়ত নতুন শিক্ষানীতি আৰম্ভ হোৱা বাবে আমাক ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণী নপঢ়াকৈ অষ্টম শ্ৰেণীত পঢ়িবলৈ দিয়া হ’ল ৷ নতুন...
by invisionwebtech@gmail.com | Jan 7, 2026 | শিল্পীৰ পৃথিৱী
১৯৯১ চনৰ কথা৷ কানাডাৰ বাঁফ চেণ্টাৰলৈ মোৰ যোৱাৰ সৌভাগ্য ঘটিছিল ৷ আধুনিক শিল্পকলাৰ ক্ষেত্ৰখনলৈ বাঁফ চেণ্টাৰৰ অৱদান অপৰিসীম ৷ কাল্পনিকতাৰ এটা তিনিমহীয়া কৰ্মশালাত ভাগ ল’বলৈ বিশ্বৰ বিভিন্ন দেশৰ বিশ গৰাকী সাহিত্যিক, সংগীত:, আলোকচিত্ৰ শিল্পী, কবি আৰু চিত্ৰশিল্পীৰ স’তে...
by invisionwebtech@gmail.com | Jan 7, 2026 | প্ৰকৃতি চিন্তা
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণাৰ বিষয়বস্তু আছিল দৰ্শন শাস্ত্ৰ, পিছে প্ৰাণী বিজ্ঞানীৰূপেই বিশ্বত খ্যাতি লাভ কৰিলে জে’ন গুডঅলে ৷ আফ্ৰিকাৰ গহন অৰণ্যৰ বুকুলৈ সোমাই গৈ তেওঁ আৰম্ভ কৰিছিল চিম্পাঞ্জী বোলা বনমানুহবিধৰ জীৱন যাত্ৰা আৰু স্বভাৱ সম্পৰ্কে গভীৰ অধ্যয়ন ৷ সেয়ে আজি...
by invisionwebtech@gmail.com | Jan 7, 2026 | কবিতা
সিহঁতৰ অনায়াস গতিত আছিলআদিম মানৱৰ গুহাৰ ভাস্কৰ্যশিৰত সূৰ্য লৈ প্ৰাচীন বৃক্ষৰ দৰেশৰীৰত আছিল সীৰলুৰ সুৰভিসিহঁতে বিলাইছিল সঞ্জীৱনী ছায়ানিফুট ভাষাৰে সিহঁতে বিলাইছিল |অক্ষয় স্নেহ আৰু চিৰায়ত প্ৰেমৰ সম্বাদ৷সিহঁতৰ স্থায়ী ঠিকনা আছিল মন্দিৰআমি জানোপ্ৰতিখনি ঘৰেই...
by invisionwebtech@gmail.com | Jan 7, 2026 | কবিতা
মূৰত সদ্যস্নাতা জোন এটা লৈ থাকোঁতেওআঙুলিৰ পাবত মৰ আঁউসীয়ে নাচে সন্মুখত টলবল স্ফটিক পানী|ৰাউচি জোৰে পানীৰ আতুৰ|পানীপিয়া চৰাইমেঘৰ জলঙাৰে পানী কোনপাৰে সৰিব?আজি মই কাজল ল’লোঁএন্ধাৰৰ বাবে নহযআত্মাৰ গোন্ধ চকুত সানিএটা অজুহাত বিচাৰিলোঁপিছে মৃত্যুৰ বাবে নহয়পোহৰৰ পৰমাণু...