by invisionwebtech@gmail.com | Apr 28, 2026 | কবিতা
অতিশব্দৰ স্বৰৰপৰা শুনা নাপায় পৃথিৱীৰ মাত পৃথিৱী যেন ডুবি থাকিব নীৰৱতাত যাৰ এটাও আঙুলি জুয়ে পোৰা নাই আজিলৈকে তেওঁ বুজিব কেনেকৈ গোটেই গাত জুই লগাই প্ৰতিবাদ কৰাৰ যাতনা কিমান ৰাঙলী ঘোঁৰা মেলি থৈ শুকুলা ঘোঁৰাত উঠি ৰাজ-চক্ৰৱৰ্তী গ’লগৈ নুশুনা মানেই নহয় স্তব্ধতা নীৰৱতা...
by invisionwebtech@gmail.com | Apr 28, 2026 | কবিতা
দুখৰ দৰে নিমখ বগা ধক্ধকীয়া নিমখ আন একো নহয দুখ এই যে পৃথিবীৰ তিনিভাগ পানী জগতৰেই চকুপানী য’ৰ পৰা হয় নিমখৰ জন্ম নিমখ খাওঁ বাবেই আমাৰ তেজ লুণীয়া অশ্ৰু লুণীয়া ঘাম লুণীয়া আনকি হৃদয়ো হৃদয়তো দুখৰেই ভঁৰাল লোণৰেই ভঁৰাল সেয়েহে হৃদৰোগীয়ে নিমখ খোৱা প্ৰায় মানা নিমখ...
by invisionwebtech@gmail.com | Apr 28, 2026 | কবিতা
ষড়যন্ত্ৰ আৰু ষড়যন্ত্ৰৰ সন্দেহ দুটা বেলেগ বস্তু। মোৰ ইমানবোৰ জিভা নাই প্ৰতিধ্বনিবোৰৰ কথা ক’বলৈ সাহিত্যৰ, সম্ভোগৰ, সংস্পৰ্শৰ। কেতিয়াবা কোনো কাহিনীৰ অন্ত নাথাকে কোনো ৰাস্তাৰ লক্ষ্য নাথাকে সেইবোৰক তেনেকৈ এৰি থৈ অহাই ভাল আটাইতকৈ ভাঁজ লগা পাকটোৰ পৰা আঁতৰি অহাই ভাল।...
by invisionwebtech@gmail.com | Apr 28, 2026 | বাটচ'ৰা
পৃথিৱীত দুটা কথা সদায় কৌতুহলৰ কাৰণ । কোনো এখন ঠাইত মানুহৰ বৰণ-গঠন- মুখাবয়ৱ-কাৰ্য্যকুশলতা-সৃষ্টিশীলতা-মনোবৃত্তি-স্বভাৱ সেই ঠাইখনে নিৰূপণ কৰাটো যেনেদৰে সত্য, ঠিক তেনেদৰে কোনো এখন ঠাইৰ নিৰ্মাণ, তাৰ সৌন্দৰ্য্য, তাৰ বাতাবৰণ, তাৰ আৱাসিক সা-সুবিধা, তাত প্ৰয়োগ হোৱা...
by invisionwebtech@gmail.com | Feb 26, 2026 | কাৰ্যবাহী সম্পাদকৰ একাষাৰ
জাংফাইৰ এইটো তৃতীয় সংখ্যা,ইংৰাজীৰ মাৰ্চ মাহ ৷ অসমীয়া ফাগুন মাহ,তাৰমানে সমাগত বসন্ত ৷ আমি দেখোন এই সংখ্যাক ‘বসন্ত সংখ্যা’ বুলিও অভিহিত কৰিব পাৰোঁ ৷ তেনেহ’লে অহা সংখ্যাতো হ’ব ‘গ্ৰীষ্ম সংখ্যা’ ৷ নগৰ-মহানগৰৰ কংক্ৰীটৰ অৰণ্যত মানুহৰ ঋতুৰ কথা মনত...