by invisionwebtech@gmail.com | Sep 13, 2026 | জনজাতি চৰ্চা
ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা...
by invisionwebtech@gmail.com | Sep 13, 2026 | জনজাতি চৰ্চা
বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই...
by invisionwebtech@gmail.com | Sep 13, 2026 | জনজাতি চৰ্চা
অৱতাৰণাঃ সংস্কৃতিৰ জন্ম জাতি-জনগোষ্ঠীৰ জীৱনত। ব্যক্তিৰ ধ্যান-ধাৰণা, আচাৰ-নিয়ম আদি যিকোনো কথা সমাজ জীৱনে পৰীক্ষা আৰু পৰিশোধন কৰিহে গ্ৰহণ কৰে বাবেই সংস্কৃতি শব্দত সংস্কাৰ আৰু সুন্দৰৰ ভাব নিহিত বুলি ধাৰণা কৰা হয় ৷ সংস্কৃতি হ’ল এনেবোৰ প্ৰধান সামাজিক অংশ যিবিলাকে সমাজৰ...