সমকালীন ভাৰতীয় শিল্পচিন্তা পৰীক্ষা আৰু প্ৰবাহ

সমকালীন ভাৰতীয় শিল্পচিন্তা পৰীক্ষা আৰু প্ৰবাহ

সমকালীন চিন্তা আৰু শিল্প পৰীক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ লোৱাৰ মুহূৰ্তত এটা কথা মনত ৰাখিব লাগিব যে কলাৰ পৰিমণ্ডলত ‘সমকালীন’ এক বিবদমান ক্ষেত্ৰ৷ সাম্প্ৰতিককালৰ পৰিপ্ৰেক্ষিতত হোৱা নন্দনচিন্তা আৰু পৰীক্ষাকেই সমকালীন বুলিব পাৰিনে? সমকালীন কলাত্মক প্ৰকাশবোৰৰ লক্ষণ...