by Jaangfaai | Jul 1, 2026 | শিল্পচিন্তা
সমকালীন চিন্তা আৰু শিল্প পৰীক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ লোৱাৰ মুহূৰ্তত এটা কথা মনত ৰাখিব লাগিব যে কলাৰ পৰিমণ্ডলত ‘সমকালীন’ এক বিবদমান ক্ষেত্ৰ৷ সাম্প্ৰতিককালৰ পৰিপ্ৰেক্ষিতত হোৱা নন্দনচিন্তা আৰু পৰীক্ষাকেই সমকালীন বুলিব পাৰিনে? সমকালীন কলাত্মক প্ৰকাশবোৰৰ লক্ষণ...
by Jaangfaai | Jul 1, 2026 | গ্ৰন্থ আলোচনা
গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু...
by Jaangfaai | Jul 1, 2026 | স্মৰণ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়...
by Jaangfaai | Jul 1, 2026 | স্মৰণ
জ্যোতি প্ৰসাদৰ ক্ষেত্ৰত কিছুমান বিশেষ কথা মন কৰিবলগীয়া। প্ৰথমতে চাওঁ, তেওঁৰ নাটকবিলাকৰ নামবিলাকলৈ। শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, সোণপখিলী, নিমাতী কইনা আদি নামবিলাকৰ যোগেদি তেওঁৰ নাৰী সচেতনতা ব্যাখ্যাতীত ভাবে প্ৰকাশ পাইছে। কিন্তু আমাৰ বহু সমালোচকে এই...
by Jaangfaai | Jul 1, 2026 | স্মৰণ
এটা সাংঘাটিকভাৱে অনাঅসমীয়া ব্যৱসায়ী পৰিয়ালৰ তৃতীয়-চতুৰ্থ প্ৰজন্মৰ ব্যক্তি হিচাপে নতুন ঠাইৰ ভাষাত সাহিত্য সৃষ্টি কৰাটোৱেই দূৰহ, তাতে সেই ভাষাত চিনেমা নিৰ্মাণ কৰা কথাটো, বিশেষকৈ যেতিয়া চিনেমা সৰ্বসাধাৰণৰ মনোৰঞ্জনৰ আহিলা হোৱাই নাছিল, তেতিয়াই, মনোৰঞ্জন বাদেই, ইংৰাজী...