সৃষ্টিশীল সাহিত্যৰ সমল ( অসম একাডেমিৰ সৌজন্যত আৰু চৌহদত অনুষ্ঠিত ২৫ সংখ্যক অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বক্তৃতা )

সৃষ্টিশীল সাহিত্যৰ সমল ( অসম একাডেমিৰ সৌজন্যত আৰু চৌহদত অনুষ্ঠিত ২৫ সংখ্যক অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বক্তৃতা )

সাহিত্যই জীৱনৰ সন্ধান কৰে, জগতৰ সন্ধান কৰে, জগত আৰু জীৱনৰ লগত এক সম্পৰ্ক স্থাপন কৰে, মঙ্গলময়, কল্যাণময় এখন পৃথিৱীৰ কল্পনা কৰে ৷সাহিত্য মনৰ এক কোমল অথবা বজ্ৰ কঠিন অনুভৱ ৷ প্ৰত্যেক সাহিত্যিকৰ অন্তৰ হয়তো ফুলৰ দৰে কোমল আৰু হয়তো বজ্ৰতকৈয়ো কঠিন৷ সাহিত্যই সত্যৰ সন্ধান...

দাৰ্শনিক

দেৱেন-পগলা যদি টিপটপ হৈ থাকিলেহেঁতেন, নিশ্চয় তাক কোনোবা সু-স্বাস্থ্যৱান-দেখনীয়াৰ-বুৰ্জোৱা বুলিয়ে দেখোঁতাই ভাবিলেহেঁতেন ৷ দেখিবলৈ সি অতি সুদৰ্শন– কিন্তু ভোবোকা ক’লা দাঢ়ি-গোঁফ আৰু ফাটি যোৱা চুলিবোৰৰ পৰা সেই সুদৰ্শন চেহেৰাক সহজে অনুমান কৰিব পৰা নাযায় ৷ কফি ৰঙৰ...

অম্বিকা

: ‘মই নোহোৱাকে চলিব পাৰিবনে দুদিনমান ? ঘৰলৈ গৈ আহো এবাৰ, চাহকাপ আগবঢ়াই দি সোধো-নোসোধোকৈ কথাটো সুধিলে তাই ৷ যাওঁ যাওঁ বুলি দেখোন যাব পৰা নাই ৷ নগ’লে নহ’ব এইবাৰ৷ ইমান কষ্টৰে পতা ঘৰ এখন এইভাবে এৰা নাযায় ৷তাইৰ মুখলৈ নোচোৱাকৈয়ে কাপটো তুলি ল’লে তেওঁ— ‘তালৈ কিয় যাব লাগে...
অস্থিৰতা – এক সামাজিক ব্যাধি

অস্থিৰতা – এক সামাজিক ব্যাধি

মানুহ স্বাভাৱিকতে শান্তিপ্ৰিয় জীৱ ৷ সেই শান্তি প্ৰিয় মানুহৰ সামাজিক ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ধৈৰ্য, স্থিৰতা আৰু চিন্তাশীলতা ৷ এই গুণবোৰে মানুহক জ্ঞানী অথবা মানবীয় গুণৰ অধিকাৰী কৰি তোলে আৰু সমাজ গঢ়াৰ শক্তি যোগায়, সেই শক্তিৰে জীৱনৰ সাফল্যৰ পথ...
মোৰ সাহিত্য জীৱনৰ পৰিক্ৰমা

মোৰ সাহিত্য জীৱনৰ পৰিক্ৰমা

১৯৭৩ চনৰ কথা ৷ মই ঘৰৰ ওচৰৰ জোঙাঁল বলহু গড়, এম.ই. স্কুলৰ পৰা এম.ই. বৃত্তি লাভ কৰি ৫ কিঃমিঃ দূৰৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছোঁ ৷ সেই সময়ত নতুন শিক্ষানীতি আৰম্ভ হোৱা বাবে আমাক ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণী নপঢ়াকৈ অষ্টম শ্ৰেণীত পঢ়িবলৈ দিয়া হ’ল ৷ নতুন...