by invisionwebtech@gmail.com | Sep 13, 2026 | অনুবাদ, কবিতা
মোৰ দুখৰ কথা কোনেও নুশুনেমানুহে হাঁহে পখীয়েও উত্তৰ নিদিয়ে গছৰ ওচৰলৈ যাওঁচকুলো সিঁচি দিওঁ গছে মোক ছাঁ দিয়েসেউজ সেউজ পাত দিয়ে মানুহে মোক ইতিকিং কৰে পাগল বোলেগছে পিছেআপোন বুলি ভাবে ফুলবোৰে সখী পাতেবগলীও হয় সখা তথাপিও ভোমোৰাই মোৰ বুকু দহেচকু পানীত বুকু উটেঅকলশৰে...