by invisionwebtech@gmail.com | Jan 11, 2026 | কবিতা
তুমি, মোহনামুখৰ জীৱন নদীৰ ধীৰ শ্লথ তৰংগ ৰাশিক উজলাই ভমকাই তোলা হেঙুলী বেলিৰ সেন্দুৰীয়া বোল, জীৱন নদীৰ কোবাল সোঁতৰ দুপাৰ খহোৱা ঢৌৰ সোঁৱৰণিৰ কল্লোল। তুমি, সভাশেষৰ একান্ত আড্ডাৰ পাৰভঙা উছাহৰ গান জীৱনৰাগীৰ সুৰাৰ পিয়লাত এটি মিঠা চুমুক তান। তুমি, সোঁৱৰণিৰ পাটমাদৈ পানচৈ...
by invisionwebtech@gmail.com | Jan 7, 2026 | কবিতা
সিহঁতৰ অনায়াস গতিত আছিলআদিম মানৱৰ গুহাৰ ভাস্কৰ্যশিৰত সূৰ্য লৈ প্ৰাচীন বৃক্ষৰ দৰেশৰীৰত আছিল সীৰলুৰ সুৰভিসিহঁতে বিলাইছিল সঞ্জীৱনী ছায়ানিফুট ভাষাৰে সিহঁতে বিলাইছিল |অক্ষয় স্নেহ আৰু চিৰায়ত প্ৰেমৰ সম্বাদ৷সিহঁতৰ স্থায়ী ঠিকনা আছিল মন্দিৰআমি জানোপ্ৰতিখনি ঘৰেই...
by invisionwebtech@gmail.com | Jan 7, 2026 | কবিতা
মূৰত সদ্যস্নাতা জোন এটা লৈ থাকোঁতেওআঙুলিৰ পাবত মৰ আঁউসীয়ে নাচে সন্মুখত টলবল স্ফটিক পানী|ৰাউচি জোৰে পানীৰ আতুৰ|পানীপিয়া চৰাইমেঘৰ জলঙাৰে পানী কোনপাৰে সৰিব?আজি মই কাজল ল’লোঁএন্ধাৰৰ বাবে নহযআত্মাৰ গোন্ধ চকুত সানিএটা অজুহাত বিচাৰিলোঁপিছে মৃত্যুৰ বাবে নহয়পোহৰৰ পৰমাণু...
by invisionwebtech@gmail.com | Jan 7, 2026 | কবিতা
Water water everywherenor any drop to drink.– Coleridge পানী শেষ ৷ক’তো নাই পানী এটোপ ৷ কলহ ফুটানৈ-বিল শুকানবুকুৰ খাল বামচকুৰ কোণত লুণীয়া শুকান দাগক’তো নাই পানী৷ দিনৰ পিছত দিন ধৰিমাহৰ পিছত মাহ ধৰিখান্দি থাকিলেওনাদৰ পানী নোলায় ৷হিয়া ঢাকুৰিয়াই কান্দি থাকিলেও এটোপ...
by invisionwebtech@gmail.com | Jan 7, 2026 | কবিতা
লাহে লাহে ৰাতি নামেএপাহ ফুল ফুলেফুলেআৰু নসৰে বহু বছৰ আগতফুলপাহ তুমি ছিঙিব খুজিছিলাশিল ভঙা ৰাতি এটাত মই বিচাৰিছিলোঁতোমাৰ আঙুলিৰ অকণ ৰ’দ এদিন অজুহাত দেখুৱাইতুমি আঁতৰি গ’লাহাতত গুজিআন এপাহ ফুল শিলভঙা ৰাতিবোৰতএতিয়া হাত বাউলি মাতে নৈখনেআৰু এটা সাধু শুনায়যি সাধু...
by invisionwebtech@gmail.com | Jan 7, 2026 | কবিতা