উকমুকনি

উকমুকনি

১ জেওৰা ভাঙি সোমাই আহিল ফাগুন এজাক তাই তালফাল খাই পৰিল পিৰালিত কাইলৈ সিও অহাৰ কথা ! তাই তাক ক’ম ক’ম বুলি সাঁচি ৰখা কথা এমুঠি আজি ৰ’দত দিছে ৰাতি শুবৰ পৰত মোক কৈছিল কথা মুঠি হেনো সেমেকা সেমেকা গোন্ধাইছে কাইলৈ সি অহাৰ কথা ! সিদিনা চলিব ধৰা নাওখনত উঠিব পৰাকৈ...
মোহনাত

মোহনাত

সাগৰলৈ ধীয়ায় যি নদীয়ে গতিৰ যতিত সেই নদী যদি হয় মোহনাতে স্তব্ধ হ’ব অসাৰ্থক তাৰ গতি দুৰ্বাৰ ৷ কোনো নদীয়ে উভতি নবয়, নাথাকে মোহনাৰ বালি-চাপৰিত ৰৈ মোহনাৰ দ্বীপ হৃদয়ৰ দৰে হয়, তাত নদী সিৰা-উপসিৰাৰে বয় ৷ পৰ্বত তাৰ মগজু, তাতেই তাৰ মনৰ সৃষ্টি কামনাই তাৰ গতিক কৰে...
জলবায়ুৰ পৰিৱৰ্তন খাদ্য আৰু সামাজিক সুৰক্ষাৰ প্ৰশ্ন

জলবায়ুৰ পৰিৱৰ্তন খাদ্য আৰু সামাজিক সুৰক্ষাৰ প্ৰশ্ন

পৃথিৱীৰ জন্মৰ পৰা বৰ্তমানলৈকে ইয়াৰ সুদীৰ্ঘ ইতিহাসত নানাধৰণৰ প্ৰাকৃতিক পৰিৱৰ্তন ঘটিছে ৷ পৃথিৱীৰ অন্তৰ্ভাগকে ধৰি জল, স্থল, বায়ু আৰু জীৱমণ্ডলে ইয়াৰ প্ৰাকৃতিক ইতিহাসৰ বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সম্মুখীন হৈ আহিছে ৷ কিন্তু যোৱা দুই নিযুতমান বছৰৰ ভিতৰত পৃথিৱীত...
অম্বিকাগিৰী আৰু জাতীয়তাবাদ

অম্বিকাগিৰী আৰু জাতীয়তাবাদ

অৱতৰণিকা অম্বিকাগিৰী ৰায়চৌধুৰী অসমীয়া সাহিত্যৰ কেৱল এটি বিশিষ্ট প্ৰতিভাই নহয়, তেওঁ অসমৰ জাতীয় জীৱনৰ এটি অবিস্মৰণীয় ব্যক্তিত্ব, যাৰ স্মৰণে প্ৰাক স্বাধীনতা কালৰ অসমীয়া জাতিটোৱে মুখামুখি হোৱা সংকটৰ পটভূমিলৈ মনত পেলাই দিয়ে৷ জাতিটোৰ বাবে তেওঁ কি কৰা...
দাঁতৰ বিষ

দাঁতৰ বিষ

সকলো ধৰণৰ যোগাযোগ বিচ্ছিন্ন হৈ গৈছে বুলি জানিব পৰা গৈছে…… অনাতাঁৰ সংবাদৰ এটা টুকুৰা উৎপলৰ কাণলৈ আহিল আৰু গ্ৰীষ্মকালৰ উগ্ৰ, চুটি ৰাতিপুৱাটোত নিদ্ৰাভংগত বিৰক্ত, অসন্তুষ্ট উৎপলে চকু নেমেলাকৈ হতাশভাবে বিছনাত বাগৰ সলালে ৷ ৰাতিপুৱাৰ সংবাদ, এটা নিয়মিত ঘটনা,...