by Jaangfaai | Jun 30, 2026 | গল্প
ৰশ্মিৰেখা ভূঞা মোবাইল নং: ৬৯০০৯২৫৮৭৭ সপোন তেনেকৈয়েই মৰহে । জীৱনে হঠাৎ ৰং সলায় । ক’ৰবাত গৰাখহনীয়া হয় । ক’ৰবাত কোনোবা পকনীয়াত পৰে । সাৱলীল গতিৰে বৈ যোৱা নদীখনে সুঁতি সলায় । সৰল পথটোত হঠাৎ বাধা আহে । দূৰৈৰ পৰা কোনোবাই চিঞৰি কয়, ” কথাবোৰ তেনেধৰণৰ...
by invisionwebtech@gmail.com | Apr 28, 2026 | গল্প
অৱশেষত ৰাস্তাটো ভাল হ’ল৷ ছমাহমানৰ আগলৈকে যিহে অৱস্থা আছিল– বখলা-বখলে পিট্ছ এৰাই গৈ দ গাঁতৰ সৃষ্টি হৈছিল৷ বাৰিষা এজাক বৰষুণতে জাবৰে ওফন্দি থকা নলাই বহন কৰিব নোৱাৰা পানীবোৰ আহি অৱশ্যম্ভাৱীভাৱে গাঁতবোৰ দখল কৰিছিল৷ দোপালপিটা বৰষুণ হ’লেতো কথাই নাই, গোটেই ৰাস্তাটো পানীত ডুব...
by invisionwebtech@gmail.com | Feb 26, 2026 | গল্প
সকলো ধৰণৰ যোগাযোগ বিচ্ছিন্ন হৈ গৈছে বুলি জানিব পৰা গৈছে…… অনাতাঁৰ সংবাদৰ এটা টুকুৰা উৎপলৰ কাণলৈ আহিল আৰু গ্ৰীষ্মকালৰ উগ্ৰ, চুটি ৰাতিপুৱাটোত নিদ্ৰাভংগত বিৰক্ত, অসন্তুষ্ট উৎপলে চকু নেমেলাকৈ হতাশভাবে বিছনাত বাগৰ সলালে ৷ ৰাতিপুৱাৰ সংবাদ, এটা নিয়মিত ঘটনা,...
by invisionwebtech@gmail.com | Jan 7, 2026 | গল্প
দেৱেন-পগলা যদি টিপটপ হৈ থাকিলেহেঁতেন, নিশ্চয় তাক কোনোবা সু-স্বাস্থ্যৱান-দেখনীয়াৰ-বুৰ্জোৱা বুলিয়ে দেখোঁতাই ভাবিলেহেঁতেন ৷ দেখিবলৈ সি অতি সুদৰ্শন– কিন্তু ভোবোকা ক’লা দাঢ়ি-গোঁফ আৰু ফাটি যোৱা চুলিবোৰৰ পৰা সেই সুদৰ্শন চেহেৰাক সহজে অনুমান কৰিব পৰা নাযায় ৷ কফি ৰঙৰ...
by invisionwebtech@gmail.com | Jan 7, 2026 | গল্প
: ‘মই নোহোৱাকে চলিব পাৰিবনে দুদিনমান ? ঘৰলৈ গৈ আহো এবাৰ, চাহকাপ আগবঢ়াই দি সোধো-নোসোধোকৈ কথাটো সুধিলে তাই ৷ যাওঁ যাওঁ বুলি দেখোন যাব পৰা নাই ৷ নগ’লে নহ’ব এইবাৰ৷ ইমান কষ্টৰে পতা ঘৰ এখন এইভাবে এৰা নাযায় ৷তাইৰ মুখলৈ নোচোৱাকৈয়ে কাপটো তুলি ল’লে তেওঁ— ‘তালৈ কিয় যাব লাগে...