বৰষুণ পুৰণি নহয় হে নহয়

বৰষুণ পুৰণি নহয় হে নহয়

বুকুৰ ঘা বোৰ পুৰণি হয়চহৰখন পুৰণি হয়দালানবোৰ পুৰণি হয়পোছাকবোৰ পুৰণি হয়পুৰণি হয় পাহাৰ খনৰ স্মৃতিপুৰণি হয় অৰণ্যখনৰ সৰাপাতে ঢকা বাটপুৰণি হয় নৈখনৰ ৰূপবৰ্ণ ঘাটপুৰণি হলেই গভীৰ হৈ আহে দুখৰ আহযাহপুৰণি দুখ ইমান গহীন!পুৰণি হলেই কমি আহে দলানবোৰৰ আকৰ্ষণতাত বসবাস কৰাৰ...

কাৰ্যবাহী সম্পাদকৰ একাষাৰ

মানুহৰ জীৱনত বিভিন্ন বস্তু/উপাদানৰ আৱশ্যক হয় বিভিন্ন সময়ত। জীৱন পৰিক্ৰমাত আৱশ্যকীয় বস্তু/উপাদানৰ তালিকাখন সদায় বাঢ়ি গৈ থাকে আৰু কব নোৱাৰাকৈয়ে ই এসময়ত এনে এটা অভাৱনীয পৰ্যায় পাইগৈ যে তাক নিয়ন্ত্ৰণ কৰাটো একপ্ৰকাৰৰ কঠিন হৈ পৰেগৈ। মানুহে লোভৰ বশবৰ্তী হৈ জীৱনৰ...

বাটচ’ৰা

জ্যোতিপ্ৰসাদে সদায় কৈ আছিল—এটা ভাবীকালৰ কথা, যেতিয়া তেওঁৰ ‘সুন্দৰৰ পৃথিৱীখন’ সৃষ্টি হ’ব, প্ৰতিজন মানুহ একোজন একোজন শিল্পী হ’ব—যেতিয়া অসম, প্ৰতি জাতি-জনজাতিৰ মিলনভূমি হ’ব।     বছৰৰ লেখেৰে, জ্যোতিপ্ৰসাদ কায়িক ৰূপে অদৃশ্য হোৱাৰ ৭০...